← ফুৰি যাওক

মধ্যকেন্দ্ৰিক

mo.dhyo.ken.drik

অৰ্থ

1.

এনে ক্ৰমজ’ম বা ক্ৰমেটিড সম্বন্ধীয়, য’ত ছেণ্ট্ৰ’মিয়েৰ মাজত অৱস্থিত হৈ ক্ৰমজ’মডালক সমানে দুভাগ কৰে

of or pertaining to any chromosome or chromatid whose centromere is centrally located, creating two apparently equal chromosome arms

প্ৰকৃত বিশেষণ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ