← ফুৰি যাওক

জেঙেৰা মাৰ্

je.nge.ra mar

অৰ্থ

1.

কটু কথা কৈ কাৰোবাক সমালোচনা বা ককৰ্থনা কৰ্

to reprimand by uttering sharp words

সকৰ্মক ধাতু

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

জেঙেৰা মাৰ্ · অসমীয়া অভিধান