এৰেহা
erehā
অৰ্থ
1.
এৰা পৰা; খাই বা ব্যবহাৰ কৰি এৰি যোবা; চুবা; উচ্ছিষ্ট
remainder; refuse; the remnants of food eaten
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ