← ফুৰি যাওক

দন্ত চিকিৎসক

don.to si.kit.sok

অৰ্থ

1.

দাঁত, মুখৰ আলু আদিৰ চিকিৎসাৰে সৈতে জড়িত চিকিৎসক৷তেওঁলোকৰ শিক্ষাগত অৰ্হতা B.D.S বা M.D.S ৷

a doctor who specializes in dentistry.They have B.D.S./M.D.S. (Bachelor/Master of Dental Surgery degree which is different from M.B.B.S and M.D., M.S. D.M. etc

জাতিবাচক বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ