← ফুৰি যাওক

এৰুবা

erubā

অৰ্থ

1.

পৰিত্যাগ কৰা; ত্যাগ কৰা; যেনে-"ঔষধটোবে তাক কানি এৰুবালে"

to cause to leave or abandon

সক. ধা.

2.

আঁতৰ কৰ্; গুচা; পৱথক কৰ্; মুকলি বা মুক্ত কৰ্

to remove or separate; to cause to fall of or to be free

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ