← ফুৰি যাওক

চেনেহুৱা

se.ne.hu.wa

অৰ্থ

1.

বন্ধুসুলভ, পৰোপকাৰী বা মৰমিয়াল প্ৰকৃতিৰ; আৰ্ত্তজনক মুকলিভাৱে সহায় আৰু দান আগবঢ়োৱা গুণ-সম্পন্ন।

of a friendly, generous, or warm-hearted nature; the quality of helping and giving away freely to the needy.

প্ৰকৃত বিশেষণ

সমাৰ্থক শব্দ

2.

কোনো প্ৰতিদান নোলোৱাকৈ মৰমতে কৰা বা দিয়া

Done or gifted for good will without taking anything in return.

কৃদন্ত বিশেষণ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ