এমূৰীয়া
emūrīẏā
অৰ্থ
1.
কোনো বস্ত্ত বা ঠাইৰ এমূৰত বা প্ৰান্তত থকা
living or existing at the furthest limit of a place
বিণ.
2.
দোণ আদিৰ কাণলৈকে বা কাণৰ সমান হৈ ভৰা; কিন্ত্ত, উপচি নপৰা
full to the brim of a grain-measure, but not rising above it
বিণ.
3.
এজন নেতা বা প্ৰধান লোকক মানি চলা; এজনক মনা
obeying one leader
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ