ঘটং-মটং
gho.tong-mo.tong
অৰ্থ
1.
চিয়ঁৰ-বাখৰ, শৃঙ্খলাহীন আৰু বিমোৰত পৰা এক অৱস্থা
a state of commotion and noise and confusion; violent agitation
গুণবাচক বিশেষ্য
সমাৰ্থক শব্দ
2.
ধাতুৱে ধাতুৱে খুন্দা খাই হোৱা কৰ্কশ, ধাতৱ শব্দ ৷
a sharp, loud metallic sound made when pieces of metal hit each other.
কৃদন্ত বিশেষ্য
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ