← ফুৰি যাওক

কুচকলিকা

ku.so.ko.li.ka

অৰ্থ

1.

নাৰীৰ বুকুত থকা দুগ্ধ নিঃসৰণকাৰী আৰু কোমল মঙহাল অংগদুটাৰ যিকোনো এটা ৷

Either of two soft fleshy milk-secreting glandular organs on the chest of a woman.

বস্তুবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কুচকলিকা · অসমীয়া অভিধান