← ফুৰি যাওক

ঘটং-মটং কৰ্

gho.tong-mo.tong kor

অৰ্থ

1.

ধাতুৱে ধাতুৱে খুন্দা খাই ডাঙৰ, কৰ্কষ শব্দ কৰ৷

to make sharp, loud sound when pieces of metal hit each other.

অকৰ্মক ধাতু

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ঘটং-মটং কৰ্ · অসমীয়া অভিধান