← ফুৰি যাওক

গৰিহা-খোৱা

go.ri.ha-kho`.wa

অৰ্থ

1.

যাৰ প্ৰতি প্ৰতিকূল বা বিৰোধী সিদ্ধান্ত অথবা মন্তব্য কৰা হৈছে

against whom an unfavourable or adverse judgement or remark has been expressed

কৃদন্ত বিশেষণ

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

গৰিহা-খোৱা · অসমীয়া অভিধান