উৎকৃষ্টতা
ut.kris.to.ta
অৰ্থ
1.
অতি ভাল বা শুভ হোৱা অৱস্থা৷
quality of being excellent;supreme quality; great merit
গুণবাচক বিশেষ্য
সমাৰ্থক শব্দ
2.
গুণাগুণ, পৰিমাণ আদিৰ ক্ষেত্ৰত অধিক হোৱা গুণ বা অৱস্থা
the quality or condition of being superior, i.e. greater in quality, quantity, etc
গুণবাচক বিশেষ্য
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ