ব্ৰজসুন্দৰী
bro.jo.xun.do.ri
অৰ্থ
1.
কৃষ্ণৰ এজনী অতি প্ৰিয় গোপীৰ নাম৷
Radha is name of a cowherdess (a gopi) who is Krishna's supreme beloved.
সংজ্ঞাবাচক বিশেষ্য
সমাৰ্থক শব্দ
কানুপ্ৰিয়া · ka.nu.pri.yaকৃষ্ণপ্ৰিয়া · kris.no.pri.yaগোপনন্দিনী · go`.po.non.di.niগোপবালা · go`.po.ba.laবাৰ্ষভানৱী · bar.xo.bha.no.biবৃন্দাবনবিলাসিনী · brin.da.bon.bi.la.xi.niবৃন্দাবনেশ্বৰী · brin.da.bo.ne.swo.riবৃষভানুনন্দিনী · bri.xo.bha.nu.non.di.niবৃষভানুসুতা · bri.xo.bha.nu.xu.taব্ৰজকিশোৰী · bro.jo.ki.xo`.riব্ৰজেশ্বৰী · bro.je.swo.riশ্ৰীময়ী · sri.mo.yi
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ