← ফুৰি যাওক

অদল-বদল

adala-badala

অৰ্থ

1.

সাল-সলনিকৰণ; এটা বস্ত্ত দি আন এটা বস্ত্ত লোবা কাৰ্য্য

exchange

বি.

2.

লৰক-ফৰক; এবাৰ এটা এবাৰ এটা; অধিক

uncertain; prevaricating

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ