← ফুৰি যাওক

পৰিপাৰ্শ্ব

po.ri.par.so

অৰ্থ

1.

আমাৰ চাৰিওফালৰ বিভিন্ন জীৱিত অথবা নিৰ্জীৱ বস্তু যিবিলাকে আমাৰ জীৱন ধাৰণত প্ৰভাৱ পেলাব পাৰে ৷

The external circumstances, conditions, and objects that affect existence and development.

গুণবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

পৰিপাৰ্শ্ব · অসমীয়া অভিধান