← ফুৰি যাওক

এটকেন-মেটকেন

eṭakena-meṭakena

অৰ্থ

1.

হেলা বা অনিচ্ছা ভাব দেখুবা; কৰোঁ নকৰোঁ কৰা; ঠেন্মেঠেন্

show of indisposition to work; indecision

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

এটকেন-মেটকেন · অসমীয়া অভিধান