এটীয়া
eṭīẏā
অৰ্থ
1.
অকলশৰীয়া; লগ নথকা; একণীয়া
signle; alone
বিণ.
2.
এটাই খাবলৈ জোৰা বা এটালৈ সিজাবলৈ জোৰা; যেনে-"এটীয়া চৰু"
sufficient for one; sufficient to cook for one
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ