← ফুৰি যাওক

এটা

eṭā

অৰ্থ

1.

একগোটে থকা

one

বিণ.

2.

মিল; প্ৰীতিযুক্ত; যেনে-"এটা হৈ থকা"

in love or amity

বিণ.

3.

একেটা; যেনে-"এটা মাৰতে সি ঠিক হ'ল"

only one

বিণ.

4.

কোনো এটা; যেনে-"মোক এটা দিহা দিয়ক"

any one

বিণ.

5.

বিশেষ এটা; যেনে-"হেৰি, এটা কথা শুনিছেনে?"

particular one

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ