← ফুৰি যাওক

শীৰ্ষবিন্দু

xir.xo.bin.du

অৰ্থ

1.

যি বিন্দুত এটা সমতলীয় ক্ষেত্ৰৰ দুটা বাহু মিলিত হয়; ভূমিৰ পৰা আটাইতকৈ আঁতৰত থকা বিন্দুটো

the intersection of two sides of a plane figure, which is the point farthest away from its base

গুণবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

শীৰ্ষবিন্দু · অসমীয়া অভিধান