← ফুৰি যাওক

এচঁহীয়া

ecam̐hīẏā

অৰ্থ

1.

আগে-গুৰিয়ে সমানে নফটা; কাঠ, কামী আদি ফালোঁতে এমূৰ ডাঠ আৰু এমূৰ পাতল হোবা

unevenly split

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

এচঁহীয়া · অসমীয়া অভিধান