← ফুৰি যাওক

এচলীয়া

ecalīẏā

অৰ্থ

1.

এখন চাল থকা (ঘৰ)

one-roofed

বিণ.

2.

একতীয়া; এফালে হেলনীয়া

inclining to one side

বিণ.

3.

একনীয়া; এফালে গধুৰ, এফালে পাতল (ভাৰ)

not evenly balanced

বিণ.

4.

জোৰা নিদিয়াকৈ খালি এচলা পাটেৰে সজা (পীৰা, মেজ আদি)

made of one entire piece of board

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ