← ফুৰি যাওক

উদ্বোধিত

ud.do`.dhi.to

অৰ্থ

1.

জ্ঞান, বুদ্ধিমত্তা আৰু ইন্দ্ৰিয়ানুভূতি থকা, প্ৰকাশ কৰা বা তাৰ দ্বাৰা পৰিচালিত (ব্যক্তি)

having, showing, or dictated by wisdom, prudence, or sensibility

প্ৰকৃত বিশেষণ

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

উদ্বোধিত · অসমীয়া অভিধান