← ফুৰি যাওক

পাটীমূতুৰা

pa.ti.mu.tu.ra

অৰ্থ

1.

এবিধ বহল মুখৰ কাৱৈ জাতীয় মাছ ৷

A big mouth fish like a Climbing fish .

জাতিবাচক বিশেষ্য

সমাৰ্থক শব্দ

2.

শুই থাকোঁতে শয্যাত প্ৰস্ৰাৱ কৰা মানুহ

one who passes urine during sleep

জাতিবাচক বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

পাটীমূতুৰা · অসমীয়া অভিধান