একৈয়া বোটল্
ekaiẏā, boṭal
অৰ্থ
1.
খলি-খেদা খেলত খলিত বিপক্ষৰ খালি এটা গুটি পৰিলে জিকাটো মানুহে ল; এটা বা তাকৰকৈ ল; অলপ অলপ ল; যেনে-"সি একৈয়া বুটলি কি চহকী হ'ব?"
earning things one by one or in very small quantities
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ