← ফুৰি যাওক

একেবাৰে

ekebāre

অৰ্থ

1.

ঠিক এবাৰতে; পুনৰ বাৰলৈ নথকাকৈ

at once

ক্ৰি. বিণ.

সমাৰ্থক শব্দ

2.

সম্পূৰ্ণৰূপে; বাকী নৰখা বা নথকাকৈ

wholly; completely; once for all

ক্ৰি. বিণ.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ