← ফুৰি যাওক

একেতৰী

eketarī

অৰ্থ

1.

সান-মিহলি; চুবাই-নিকাই একে লগ হোবা; একেকঠী

without any distinction of being pure or impure; mixed up

বিণ.

2.

মাজৰ পানী শুকাই একেলগ হোবা

united by the intervening water having dried up

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ