← ফুৰি যাওক

প্ৰাকমূহুৰ্ত

prak.mu.hur.to

অৰ্থ

1.

কোনো ঘটনা বা কাৰ্য্য আৰম্ভ হোৱাৰ আগৰ সময়চোৱা।

the period immediately before an event.

গুণবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ