অপদস্থকৰণ
o.po.dos.tho.ko.ron
অৰ্থ
1.
লোকক ঠাট্টা-মস্কৰা কৰিবলৈ ব্যৱহাৰ কৰা কথা অথবা কাৰ্য্য|
treatment or behavoir with lack of respect, esteem, or courteous regard; Language or behaviour intended to mock or humiliate.
কৃদন্ত বিশেষ্য
সমাৰ্থক শব্দ
2.
কোনো মিছা কথা বা অযুক্তিকৰ কথাৰে কাৰোবাৰ মান-সন্মানত আঘাট দিয়া কাৰ্য৷
The act of inflicting injury to the good reputation to the good reputation of another
গুণবাচক বিশেষ্য
সমাৰ্থক শব্দ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ