← ফুৰি যাওক

একুতি

ekuti

অৰ্থ

1.

এটা ল'ৰা বা এজনী ছোবালী থকা তিৰোতা; যেনে-"একুতিৰ পুত্ৰ মই আইক পাৰিহৰোঁ" (মা. ক. অযোধ্যাকাণ্ড)

woman having only one child

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

একুতি · অসমীয়া অভিধান