দূৰদৃষ্টি
du.ro.dris.ti
অৰ্থ
1.
ভৱিষ্যতৰ কথা অনুমান কৰিব পৰা আৰু তাৰ বাবে আগতীয়াকৈ সাজু থকা গুণ
Ability to visualise future and remained be-aware beforehand
গুণবাচক বিশেষ্য
সমাৰ্থক শব্দ
2.
দূৰৰ পৰা চকুত আহি পৰা পোহৰৰ ৰশ্মি ৰেটিনাত পৰাৰ সলনি ৰেটিনাৰ পাচফালে পৰাৰ ফলত ওচৰৰ বস্তু ভালকৈ নেদেখি কেৱল দূৰৰ বস্তুহে দেখা পোৱা চকুৰ এক বিকাৰ।
a condition of the eye in which parallel rays are focused behind the retina, distant objects being seen more distinctly than near ones.
গুণবাচক বিশেষ্য
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ