← ফুৰি যাওক

একান্ত

ekānta

অৰ্থ

1.

একে ঠাইতে বা বস্ত্ততে মন লগোবা; একাগ্ৰ; যেনে-"একান্ত মনে"

having the mind concentrated on one subject

বিণ.

2.

(পু. অ.) নিশ্চয়; নিত্যন্ত

certain

বিণ.

3.

(পু. অ.) ক্ৰি. বিণ. অনবৰত; নেবা-নেপেৰাকৈ; ক্ৰি. বিণ. (পু. অ.) একান্তে, একান্তভাবে, একান্তমনে।

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

একান্ত · অসমীয়া অভিধান