← ফুৰি যাওক

ৰাজবিপ্লৱ

raj.bip.lob

অৰ্থ

1.

কোনো প্ৰতিষ্ঠিত চৰকাৰ বা ৰাজনৈতিক পদ্ধতিৰ প্ৰতি এক সংগঠিত বিৰোধ, কেতিয়াবা অস্ত্ৰেৰে সৈতে।

an organized resistance, often with arms, to an established government or political system.

গুণবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ