← ফুৰি যাওক

বতৰ পক্ষী

bo.tor po.khyi

অৰ্থ

1.

বতাহৰ প্ৰৱাহৰ দিশ দেখুৱাবলৈ উচ্চ স্থানত ৰখা পক্ষীৰ আকাৰৰ বায়ু দিশ নিৰ্দেশক৷

a type of weather vane (= device for showing which way the wind is blowing) in the shape of a chicken.

বস্তুবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

বতৰ পক্ষী · অসমীয়া অভিধান