← ফুৰি যাওক

ৰচকী তিৰী

ro.so.ki ti.ri

অৰ্থ

1.

ধুন-পেচ মাৰি চটফটাই ফুৰা দুশ্চৰিত্ৰা তিৰোতা ৷

a woman who flirts lightheartedly with men to win their admiration and affection.

জাতিবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ৰচকী তিৰী · অসমীয়া অভিধান