একাদশত গুৰু, একাদশত বৱহস্পতি
ekādaśata, guru, ekādaśata, bawahaspati
অৰ্থ
1.
ৰাশিচক্ৰত নিজৰ ৰাশিৰপৰা একাদশ ঘৰত বৱহস্পতি গ্ৰহ থকা; ভাগ্য সুপ্ৰসন্ন হোবা; যেনে-"কিন্ত্ত মোৰ যোগ্য আজি নাহিক সাৰথি। কৌৰবৰ ভাগ্যে একাদশে বৱহস্পতি" (বিৰাটপৰ্ব্ব)।
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ