← ফুৰি যাওক

শপত-বাক্য

xo.pot-ba.kyo

অৰ্থ

1.

ঈশ্বৰ, দেৱতা বা আন কোনো পৱিত্ৰ বস্তুক সাক্ষ্য কৰি কোনো সংকল্প পূৰণ কৰাৰ বাবে দিয়া আনুষ্ঠানিক ঘোষণা

A solemn, formal declaration or promise to fulfill a pledge, often calling on God, a god, or a sacred object as witness

গুণবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

শপত-বাক্য · অসমীয়া অভিধান