← ফুৰি যাওক

একাণপতীয়া

ekāṇapatīẏā

অৰ্থ

1.

এফালে কাণ পাতি থকা; যিফালে কাণ দিব লাগে সেইফালে নিদিয়া; মন দি নুশুনা

inattentive

বিণ.

2.

আন কোনো ফালে কাণ নকৰাকৈ বা একান্ত মনে লাগি থকা

solely devoted or attentive to one thing

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

একাণপতীয়া · অসমীয়া অভিধান