← ফুৰি যাওক

খট্‌ খট্

khot.khot

অৰ্থ

1.

টান বস্তুত আন এটা টান বস্তু লাগিলে হোৱাৰ নিচিনা শব্দ৷

An onomatopoeic soundused to express that produced by two hard bodies repeatedly striking each other.

গুণবাচক বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

খট্‌ খট্ · অসমীয়া অভিধান