← ফুৰি যাওক

একাচেকা

ekācekā

অৰ্থ

1.

বিশেষ ধৰণৰ; আনতকৈ প্ৰভেদ; লোকৰ দৰে নোহোবা

of a peculiar nature or disposition

বিণ.

2.

অলপতে খং উঠা; বেগেতে মন বিগৰা

eccentric; easily provoked

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

একাচেকা · অসমীয়া অভিধান