অথালি-পথালি
athāli-pathāli
অৰ্থ
1.
দীঘে-পুতলে কেউপিনে যোবা
running lengthwise and crosswise or confusedly
বিণ.
2.
বিশৱঙ্খল; যেনে-অথালি-পথালি কাম বা কথা; ক্ৰি. বিণ. অথালি-পথালিকৈ
irregular; full of confusion
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ