আপাতকালীন
a.pat.ka.lin
অৰ্থ
1.
এক অপ্ৰত্যাশিত ঘ্টনা বা পৰিস্থিতিত বিলম্ব নকৰাকৈ কাৰ্য্য কৰা ৷
An unforeseen occurrence or combination of circumstances which calls for immediate action or remedy.
গুণবাচক বিশেষ্য
2.
হঠাতে বা অপ্ৰত্যাশিতভাৱে আবিৰ্ভাৱ হোৱা
arising casually or unexpectedly
প্ৰকৃত বিশেষণ
সমাৰ্থক শব্দ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ