← ফুৰি যাওক

নলেগলে লগা

no.le.go.le lo.ga

অৰ্থ

1.

অংগ+অংগ। অংগই অংগই লাগি থকা সম্পৰ্ক। অতি ওচৰ সম্পৰ্ক থকা।

A strong or immediate relation or association

প্ৰকৃত বিশেষণ

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

নলেগলে লগা · অসমীয়া অভিধান