একাকাৰ
ekākāra
অৰ্থ
1.
সকলো একে ৰকম দেখা বা হোবা; বিভিন্নতা নথকা; একেকঠী
having the same form
বিণ.
2.
জাতিকূলৰ বাদবিচাৰ নথকা; ভেদ নাইকিয়া হোবা; সকলো গোটাই এক কৰা
devoid of distinctions of caste or religion
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ