একা
ekā
অৰ্থ
1.
অন্যথা নোহোবাকৈ [নিশ্চয়াৰ্থত] যেনে-"এনে স্বভাব নেৰিলে তই মৰিবি একা"
certainly; without fail
ক্ৰি. বিণ.
2.
প্ৰশ্নাৰ্থত ব্যবহাৰ; যেনে-"মই ভাত খালো; তুমি একা?"
ক্ৰি. বিণ.
3.
নিন্দাৰ্থক ব্যবহাৰ; যেনে-"চুৰ কৰি কৰি ধৰা নপৰোঁ বুলি গপ কৰিছিলিঃ (ধৰা পৰিলত) এতিয়া একা?"
ক্ৰি. বিণ.
4.
অকলে; যেনে-"কদম তলে ছবাল কানাই একা সুতিয়া আছে" (বৰগীত)।
ক্ৰি. বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ