← ফুৰি যাওক

সাঙ্গোৰ্

xa.ngo`r

অৰ্থ

1.

গৰু আদিক যুৱলি লগোৱা৷

Put a yoke on or join with a yoke.

সকৰ্মক ধাতু

সমাৰ্থক শব্দ

2.

কোনো কাৰ্য্যৰ সৈতে জড়িত কৰি বান্ধ খুৱাই পেলা

to involve in or as if in a tangle, snare or mesh

সকৰ্মক ধাতু

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

সাঙ্গোৰ্ · অসমীয়া অভিধান