← ফুৰি যাওক

একশেষ দ্বন্দ্ব

ekaśeṣa, dbandba

অৰ্থ

1.

এবিধ দ্বন্দ্ব সমাস [ইয়াত কেইবাটাও পদৰ এটা মাথোন বাকী থাকে আৰু সেইটো বহুবচনান্ত হয়; যেনে-"ৰাম, শ্যাম, হৰি, গোপাল"ৰ এই সমাস হৈ "ৰামহঁত" থাকে।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

একশেষ দ্বন্দ্ব · অসমীয়া অভিধান