← ফুৰি যাওক

একশৰণ

ekaśaraṇa

অৰ্থ

1.

কেবল এজন দেবতা বা ঈশ্বৰত শৰণ পোবা; যেনে -"দেবৰো দেবতা হৰি; জানিও যতন কৰিঃ লৈয়ো একশৰণ কৱষ্ণত" (দশম)

the acceptance of only one deity for worship

বি.

2.

এজন দেবতাত শৰণ লোবা; যেনে-"হুয়া একশৰণ কৱষ্ণক যিটো ভজে" (দশম)।

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

একশৰণ · অসমীয়া অভিধান