← ফুৰি যাওক

আত্মসাত্‍ কৰ্

at.mo.xat kor

অৰ্থ

1.

নিজৰ জিম্মাত থকা চৰকাৰী বা ৰাজহুৱা ধন অসাধু বা অন্যায় ভাৱে ব্যৱহাৰ কৰ্

to apply wrongfully or dishonestly, as funds entrusted to one`s care

সকৰ্মক ধাতু

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

আত্মসাত্‍ কৰ্ · অসমীয়া অভিধান