অভিনিৱিষ্ট
o.bhi.ni.bis.to
অৰ্থ
1.
বৰ ব্যগ্ৰতা/আগ্ৰহযুক্ত ।
Concerned with work or important matters rather than play or trivialities.
প্ৰকৃত বিশেষণ
সমাৰ্থক শব্দ
2.
অতি মনোযোগেৰে লাগি থকা
deeply associated with (something)
কৃদন্ত বিশেষণ
সমাৰ্থক শব্দ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ