← ফুৰি যাওক

একলশ্বৰে

অৰ্থ

1.

(পু. অ.) অকলে; অকলশৰে; যেনে-"সমস্ত বস্ত্ত থৈয়া আইলো ঘৰে। আসিয়াছো মই একলশ্বৰে" (কীৰ্ত্তন)।

ক্ৰি. বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

একলশ্বৰে · অসমীয়া অভিধান